কঢ়াপৰীয়া কেতেকী
প্ৰকাশক: বৃহত্তৰ কঢ়াপৰীয়া ৰঙালী বিহু সন্মিলন
কঢ়াপৰীয়া কেতেকী হৈছে বৃহত্তৰ কঢ়াপৰীয়া ৰঙালী বিহু সন্মিলনৰ পৰা প্ৰকাশিত স্মৰণিকা। ইয়াত অসমীয়া সাহিত্য, লোকসংস্কৃতি, বিহু পৰম্পৰা, আৰু আঞ্চলিক কলা-সংস্কৃতিৰ ওপৰত প্ৰবন্ধ অন্তর্ভুক্ত। উত্তৰ লখিমপুৰ জিলাৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰই এই প্ৰকাশনৰ উদ্দেশ্য।
চেপন বিহু সন্মিলনৰ দ্বাৰা আয়োজিত ২০২৪ চনৰ সদৌ অসম ভিত্তিক স্মৰণিকা প্ৰতিযোগিতাত দ্বিতীয় স্থানপ্ৰাপ্ত।
