ডিজিটেল সাৱলীলতা
Compulsory reference book of Arts, Science & Commerce Four year Under Graduate Programmes under Dibrugarh University
ডিজিটেল সাৱলীলতা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবে এটা বাধ্যতামূলক প্ৰসংগ গ্ৰন্থ। অসমীয়া ভাষাত প্ৰকাশিত এই গ্ৰন্থখনত ডিজিটেল সাৱলীলতা, ই-গভাৰ্ণেন্স, মোবাইল প্ৰযুক্তি, সামাজিক মাধ্যমৰ সুব্যৱহাৰ, আৰু ডিজিটেল অৰ্থনীতিৰ বিষয়ে আলোচনা কৰা হৈছে। উত্তৰ-পূৱ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজনীয়তাৰ দিশেৰে সংকলিত।